Ki Hobo Ai Jibon Lyrics – Zubeen Garg

 Ki Hobo Ai Jibon Lyrics – Zubeen Garg

Ki Hobo Ai Jibon is a latest super hit assamese song sung by Zubeen Garg. The song gained popularity in very short time. it is also count as one of the superhit songs of Zubeen Garg.

     Song Credits:     
  • Song: Ki Hobo Ai Jibon
  • Singer: Zubeen Garg , Navanita Sharma
  • Lyrics: Porikhit Kalita
  • Music: Bablu Sibabrata Sharma
  • Label: Dhwani Records

         Lyrics         

কি হ’ব এই জীৱন তুমি নহলে
কাৰ বাবে ৰচিৱ সপোন
কি ৰৱ মোৰ বাবে তুমি নহলে
কোন হ’ব এই বুকুৰ আপোন
ৰং বিহিন হৈ ৰৱ আশা বোৰ হিয়াৰে
অৰ্থহিন লাগে সকলো
কি হ’ব এই জীৱন তুমি নহলে
কাৰ বাবে ৰচিৱ সপোন
 
উকা উদাস লাগে তুমি ন’হলে
নাযাই সময় কাষত তুমি ন’হলে
ৰিঙা উচাস বুকুত তুমি ন’হলে
ইমান কাতৰ লাগে তুমি ন’হলে
কোনে বুজিৱ সচা এই আবেগ
চৌপাসে মোৰ তোমাৰ আবেগ
কি হ’ব এই জীৱন তুমি নহলে
কাৰ বাবে ৰচিৱ সপোন
কি ৰৱ মোৰ বাবে তুমি নহলে
কোন হ’ব এই বুকুৰ আপোন
 
জীয়াই থাকিম কিদৰে তুমি ন’হলে
কোনে দিৱ মৰম তুমি ন’হলে
ভালপোৱা বুকুৰে হেৰাব তুমি ন’হলে
শুকাই যাব মৰম তুমি ন’হলে
কোনে বুজিৱ সঁচা এই আবেগ
চৌপাসে মোৰ তোমাৰ আবেগ
কি হ’ব এই জীৱন তুমি নহলে
কাৰ বাবে ৰচিৱ সপোন
কি ৰৱ মোৰ বাবে তুমি নহলে
কোন হ’ব এই বুকুৰ আপোন
 
না ৰা না না ৰা না না ৰা না
না ৰা না না ৰা না না ৰা না
নেৰে নেৰে নে নে
নাৰে নাৰে নেৰে নাৰে
নে ৰা নে না
অহো হ নাৰা ৰ (নেৰে না না)
লা লা লা লা লা লা লা (না না না)

Ki Hobo Ai Jibon Lyrics – Zubeen Garg


Q: Who is the singer of  Ki Hobo Ai Jibon ?
Ans: Zubeen Garg and Navanita Sharma 

Q: Who wrote the Lyrics of  Ki Hobo Ai Jibon ?
Ans: Porikhit Kalita wrote the lyrics of  Ki Hobo Ai Jibon.

Q: Who composed the music of Ki Hobo Ai Jibon ?
Ans:  Bablu Sibabrata Sharma composed the music of Ki Hobo Ai Jibon assamese song.

Post a Comment

0 Comments